॥অনুভৱৰ ভগ্নাংশ ॥
✍.ৰঞ্জুমণি মহন্ত ।
(১)
✍.ৰঞ্জুমণি মহন্ত ।
(১)
জোনাকৰ জলঙাইদি
জোনটো আহি
গুপুতে বুকুত
সোমোৱাৰ দিন ধৰি
মই আৰু
মই হৈ থকা নাছিলো
নৈ হৈ পৰিছিলো ।
জোনটো আহি
গুপুতে বুকুত
সোমোৱাৰ দিন ধৰি
মই আৰু
মই হৈ থকা নাছিলো
নৈ হৈ পৰিছিলো ।
(২)
তুমি যদি কোৱা ,
গুচি যাব পাৰো ভটিয়াই
নৈখনেদি,
সেই প্ৰাচীন ঘাটটোলৈ।
আকৌ এবাৰ
জোনাকৰ ৰাগীত মাতাল হৈ
জুৰুলি জুপুৰিকৈ তিতিবলৈ ।
গুচি যাব পাৰো ভটিয়াই
নৈখনেদি,
সেই প্ৰাচীন ঘাটটোলৈ।
আকৌ এবাৰ
জোনাকৰ ৰাগীত মাতাল হৈ
জুৰুলি জুপুৰিকৈ তিতিবলৈ ।
(Shah Nawaj Alam Saikia ৰ সম্পাদিত তেজপুৰ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ মুখপত্ৰ "সন্ধান " ত প্ৰকাশিত )
No comments:
Post a Comment