FBKobita
We write we share we save
videos
Home
Contact Us
About Us
Facebook
Saturday, 5 November 2016
আমি পুৱাৰ দৰে আহিছোঁ, composer: Kushal Mirza
Audio & Video Realising on (Children's Day) 14th November 2016
(1)
গীতৰ কথা: মইনা গোস্বামী
সুৰ: কুশল
কণ্ঠ: মাষ্টাৰ ভিক্টৰ
"আমি পুৱাৰ দৰে আহিছোঁ
বেলিৰ দৰে উজ্জ্বল হৈ
আমাক কণ্ঠ দিয়া স্বপ্ন দিয়া
ধৰণী সজাম ধুনীয়াকৈ ৷৷
ধৰ্মৰ কথা নক'বা জ্ঞানেই আমাৰ ধৰ্ম
জাতিৰ কথা নক'বা জানো তাৰো মৰ্ম
ভেদাভেদ জিনি বন্ধন ভাঙি
আগবাঢ়ি যাওঁ সাহসী হৈ
ধৰণী সজাম ধুনীয়াকৈ ৷৷
শকতি লালন কৰিছোঁ যুগৰ সেনানী হৈ
নতুন কিতাপ পঢ়িছোঁ বাট চিনি লব'লৈ
ৰূপান্তৰৰ গামেই গীত
সমাজ সলনি কৰিবলৈ
ধৰণী সজাম ধুনীয়াকৈ ৷৷"
Like
Show more reactions
Comment
Share
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment