Friday, 2 December 2016

UNTITLED - Harkumar Nath

ৰাতি আহে, ৰাতি যায়... জীৱন পাৰ হয়... চকুপানীবোৰ জিৰণি লয় নৈখনৰ দূখত... সংগীবিহীন মই ৰাতিবোৰৰ...!!! দিনবোৰৰ...!!! নৈখনৰ দৰে উঠা-নমা দূখবোৰো...!!! সুখবোৰো...!!!

No comments:

Post a Comment