Thursday, 22 December 2016

শ্ৰমিক-Koushik Das

শ্ৰমিক
ঘামৰ পৰা তেজ নিগৰি
ব্ৰতী হয় নৈৰ জীৱন ।
মোৰ দৰে কোনোবাৰ
অকৃত্ৰিম ছৱিৰ সন্ধানত
হয় নেকি বন্দী
বাৰে বাৰে
অৱহেলাৰ কৰুণ অধ্যায় !!
LikeShow More Reactions
Comment

No comments:

Post a Comment