Thursday, 22 December 2016

শৈশৱ-Koushik Das

শৈশৱ
মাটিৰ সপোন
বুকুত বান্ধি
বহুত ৰাতি…………… পুৱাই গ'ল
সূৰ্যোদয় নিৰ্বোধ সাঁথৰ হৈ ৰ'ল !!
জাৰত কঁপি কঁপিও
ৰঙত অধীৰ
জোনাকী পখিলাবোৰ
নিজৰ ভিতৰতেই উজ্বলি ৰ'ল !!
LikeShow More Reactions
Comment

No comments:

Post a Comment