পাগলী (১)
পাগলী , উশাহ নিচিনিলি
অক্সিজেন বুলিহে ধৰিলি
পাগলী, শব্দ নুশুনিলি
সুৰতহে উটিলি
পাগলী , বজাৰো চালি , বস্তুও চালি
ক্ৰেতাও দেখিলি , বিক্ৰেতাও দেখিলি
মূল্যহে নুবুজিলি
কি দেখিলি পাগলী , কি দেখিলি
(অচিৰেই পাগলী চিৰিজ আৰম্ভ কৰিম … )
No comments:
Post a Comment