Thursday, 22 December 2016

শূন্যতা মোৰ প্ৰেমিকা-Banajit Sharma

শূন্যতা মোৰ প্ৰেমিকা;
ধোঁৱা বৰণীয়া শূন্যতা...
তাইৰ হাত ধৰি মই,
পাৰ কৰিছো
কেইবাটাও বসন্ত...
শূন্যতাৰ মই আজন্ম প্ৰেমিক;
তাইৰ প্ৰতিটো উশাহ,
মোৰ বাবে সন্জীৱনী সুধা...
অতি আলফুলে তাইৰ স্পৰ্শৰ,
আবেশ মই অনূভৱ কৰো...
নীড় ভঙা চৰাইজাকৰ,
ঠিক তলতেই আমাৰ ঘৰ...
LikeShow More Reactions
Comment

No comments:

Post a Comment