Sunday, 13 November 2016

UNTITLED - Pranjal A. Sharma

সুৰবোৰ সুহুৰি হ'বলৈ বেছি পৰ লগা নাছিল... উশাহবোৰ সুৱাস হ'বলৈও বেছি পৰা লগা নাছিল... আজি ডাৱৰে এন্ধাৰ কৰা বতৰত ছাঁটো হেৰুৱাই উচুপি আছো কাকো দেখুৱাব নোৱাৰি কামিহাড়ৰ তলেৰে উজাই অহা বিষ

No comments:

Post a Comment