তুমি আগলৈ সুখি হবৰ জোখাৰে
আজি দুখি মই,
তুমি সকলো পোৱাৰ জোখেৰে
আজি হেৰুৱালো মই,
আৰু কিবা লাগিব নেকি
ভালপোৱাৰ বিনিময়ত তোমাক!
দি দিম সকলো তুমি কোৱা এবাৰ,
হাঁহি হাঁহি সাৱতিম মৃত্যু যান্ত্ৰনা
নকৰো অলপো দুখ
কিয়নো ইয়াতেই তোমাৰ দৰে সুখি মই।
এতিয়া আকাশৰ গোটেইবোৰ তৰা মোৰ
জোনটো শিতানৰ গাৰু,
তোমাৰ মিঁচিকিয়াবোৰ মোৰ হাঁহি
সোণ বৰণৰ স্মৃতিবোৰ টোপনি।।
No comments:
Post a Comment