Wednesday, 16 November 2016

মাঁ -- Kushal Mirza

মাঁ, আমনি নকৰাকে টোপনি যাব পৰা হোৱাৰে পৰা তোৰ মুখত নিচুকনি নুশুনা হ'লো ৷ আজি মই নিদ্ৰাহীনতাত ভূগিছো মাঁ আস্ কি যন্ত্ৰণা.... গাচোন এটি নিচুকনি কিজানিবা আহেই টোপনি ৷

No comments:

Post a Comment