Monday, 21 November 2016

কঁপি কঁপি ৰওঁ - Dhan Kalita

কঁপি কঁপি ৰওঁ থমকি থমকি ৰওঁ এটাই জীৱন এটাই অনুভৱ কঁপনিত জানো জীৱন চলে থমকিলে জানো গতি আগবাঢ়ে নিৰ্মম সত্যতা জানো সদায় স্বীকৃত তেন্তে জীৱন দেখোন সদায়েই বিচলিত কি ক'ম, কি ক'ম কোৱা

No comments:

Post a Comment