FBKobita
We write we share we save
videos
Home
Contact Us
About Us
Facebook
Thursday, 17 November 2016
ধল নামিছে-Dhan Kalita
ধল নামিছে , ধল নামিছে
অনুভৱৰ বুৰবুৰনি উৎসতেই মাৰ গৈছে
সাগৰীয় একাকীত্বই জীৱনক বান্ধিছে
কল্লোলনিৰ বুকুৰে সঞ্জীৱনী বৈছে
অশান্ত আত্মাই ধ্যানত বহিছে
ধল নামিছে , ধল নামিছে
অনুভৱৰ বুৰবুৰনি উৎসতেই মাৰ গৈছে
……………………..
Like
Show More Reactions
Comment
Share
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment