Wednesday, 11 January 2017

মন নাই মোৰ ধৰুৱা হৈ থকাৰ-Dhanbor Bhuyan

 
মোলৈ চাই নাহাঁহিবা,
কাহানিও পূৰাব নোৱাৰিম
তোমাৰ ওঁঠৰ ৰঙাবোৰৰ ধাৰ,
মন নাই মোৰ ধৰুৱা হৈ থকাৰ...

No comments:

Post a Comment