Wednesday, 14 December 2016

মোৰ আইৰ চকুত চকুলোঁ - Kushal Mirza

মোৰ আইৰ চকুত চকুলোঁ .... দেউতা, তোৰ আই মোৰ আইতা আৰু তোৰ নাতিনীৰ আইতা মোৰ আই..... যদিও মোৰ ধমনিত প্ৰবাহিত তোৰেই তেজ মই, তই হ'ব নোখোজো নহ'লে মোৰ তেজে ভৱিষ্যতত আকৌ এবাৰ ক'ব মোৰ আইৰ চকুত চকুলোঁ ৷

No comments:

Post a Comment