Monday, 12 December 2016

এহেজাৰ এডাল ফেঁটী--Dhanbor Bhuyan

 
অযুত অজুহাত লৈ
তুমি আঁতৰি থাকা..
মোৰ বুকুত গোপনে জী উঠে
এহেজাৰ এডাল ফেঁটী...
. . . . .
তুমি কেৰাহিকৈও মোলৈ নাচাবা,
তুমি চালেই
সিৰাই সিৰাই বাঢ়ি যায়
ফেঁটীৰ বিষবোৰৰ গতি।।
LikeShow More Reactions
Comment

No comments:

Post a Comment