...........................................
সীমাহীন এক যাত্রা
ইপাৰ-সিপাৰ একোকে নমনি
ইয়াৰ পৰা দেখিছো পানী
পানী আৰু কেবল পানী
কি এক যন্ত্ৰণা
খং আছে অথচ শান্ত
প্ৰেম আছে বাবেই বুকুত পৃথিবীখন লৈ
একাকাৰ কৰিব খোজে গোতেইখন
হায়, এই যে বিসাল হৃদয় ... ?
No comments:
Post a Comment