Tuesday, 15 November 2016

UNTITLED - Chandana Kashyap

"মাজনিশাৰ নিতাল মৰা গাওঁখন বোকোচাত লৈ সাৰে থাকে আকাশ । দূৰৈত কোনো অচিন চৰায়ে চক খাই সাৰ পায়, আকাশে নিচুকায়.. শুই থাক শুই থাক সোণ ।.. আকাশ.. ওৰেটো ৰাতি তাৰ জোনৰ লগত চুপতি আকাশ.. কোনো অচিন কবিৰ মাজনিশাৰ চকুপানী মচে যি.. আৰু নিচুকাই কয়- চিগাৰেট নহয়, কলম, মাথোঁ‌ কলম ।" ---চন্দনা কাশ্যপ

No comments:

Post a Comment