মাতালৰ খোজ
এখোজ আগুৱাই দুখোজ পিছ পৰে
সমাধিস্থ সপোন জাগি উঠে
মাতাল আগুৱায়
বুকুৰ শুকান তেজৰ ফাঁকুৰে কপালি গুচাই আঁকি দিব হেপাহৰ শেওঁতা
এখোজ আগুৱাই দুখোজ পিছ পৰি গীত গায় মাতাল সুৰৰ সংগী ফেঁচা...
এখোজ আগুৱাই দুখোজ পিছ পৰে
সমাধিস্থ সপোন জাগি উঠে
মাতাল আগুৱায়
বুকুৰ শুকান তেজৰ ফাঁকুৰে কপালি গুচাই আঁকি দিব হেপাহৰ শেওঁতা
এখোজ আগুৱাই দুখোজ পিছ পৰি গীত গায় মাতাল সুৰৰ সংগী ফেঁচা...
আকাংক্ষিত সপোনে চিৎকাৰ কৰে
চৰাইৰ কোলাহলত ৰাগী ভাঙে
বিলীন হয় ফেঁচা...
চৰাইৰ কোলাহলত ৰাগী ভাঙে
বিলীন হয় ফেঁচা...
No comments:
Post a Comment